Nagaon Samaguri Incident:নগাঁৱৰ চামগুৰিৰ শিঙিয়া-ফুকনাখাতত নিশা অঘটন, ৰেলৰ খুন্দাত নিহত এজন

accident 1

Nagaon Samaguri Incident:নগাঁৱৰ চামগুৰিৰ শিঙিয়া-ফুকনাখাতত নিশা অঘটন, ৰেলৰ খুন্দাত নিহত এজন

➡️নগাঁৱৰ চামগুৰিৰ শিঙিয়া-ফুকনাখাতত নিশা অঘটন।

➡️ৰেলৰ খুন্দাত নিহত এজন।
➡️থিতাতে নিহত লোকজন স্থানীয় পবিত্ৰ বৰুৱা বুলি চিনাক্ত ।
➡️দূৰ্ঘটনাটো সংঘটিত কৰা ৰে’লখন চাপৰমুখ দিশৰ পৰা শিলঘাট অভিমুখী আছিল ।
➡️নিশা ৰে’লৰ আলিত বহি আছিল পবিত্ৰ বৰুৱা।

➡️বিকত চিঞৰ শুনিহে ঘটনাস্থলীত উপস্থিত হয় স্থানীয় ৰাইজ।
➡️ঘটনাস্থলীত ৰে’ল আৰক্ষী উপস্থিত হোৱাৰ পিছতহে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা ।

Exit mobile version