278 Hariram Maheshwari Hindi LP School Headmaster Nanda Kishore Yadav has been suspended:ম্যাদ উকলা বিস্কুট খুৱাই নিলম্বন প্রাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক

বিস্কুট খাই অসুস্থ হৈ পৰিছিল কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী

bangaigaon 2

278 Hariram Maheshwari Hindi LP School Headmaster Nanda Kishore Yadav has been Suspended:

বঙাইগাঁৱৰ ২৭৮নং হৰিৰাম মহেশ্বৰী হিন্দী প্রাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নন্দ কিশোৰী যাদৱক নিলম্বন ৷ বঙাইগাঁৱৰ জিলা আয়ুক্তই নিলম্বন কৰে প্ৰধান শিক্ষক গৰাকীক ৷

উল্লেখ্য যে, বঙাইগাঁও চহৰৰ ২৭৮নং হৰিৰাম মহেশ্বৰী হিন্দী প্রাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী মধ্যাহ্ন ভোজনত ভাত খোৱাৰ পৰিৱৰ্তে যোগান ধৰা হয় বিস্কুট ৷ বিস্কুট খাই অসুস্থ হৈ পৰিছিল কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী।

ছাত্ৰ-ছাত্ৰীক যোগান ধৰা বিস্কুট খিনি আছিল ম্যাদ উকলা ৷ পৰৱৰ্তী সময়ত এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। যাৰবাবে জিলা আয়ুক্তই ঘটনাৰ তদন্ত কৰি অৱশেষত আজি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নন্দ কিশোৰী যাদৱক নিলম্বন কৰে ৷

Exit mobile version