By-Elections will be held in five constituencies in Assam by September: ছেপ্তেম্বৰৰ ভিতৰত হ’ব অসমৰ পাঁচ সমষ্টিৰ উপ- নিৰ্বাচন

anurag goel

By-Elections will be held in five constituencies in Assam by September:

➡️ছেপ্তেম্বৰৰ ভিতৰত হ’ব অসমৰ পাঁচ সমষ্টিৰ উপ- নিৰ্বাচন ৷

➡️চামগুৰিত,ধলাই,চিদলী বঙাইগাঁও আৰু বিহালী সমষ্টিৰ উপ- নিৰ্বাচন ৷

➡️পুৰণি সমষ্টিৰ ভোটাৰ তালিকাৰ মতেই হ’ব নিৰ্বাচন ৷

➡️নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা প্রকাশ পাব ৩০ জুলাইত ৷

➡️১০ আগষ্টলৈ ওজৰ-আপত্তি দাখিল কৰিব পাৰিব ।

➡️চূড়ান্ত ভোটাৰ তালিকা প্রকাশ পাব ২০ আগষ্টত।

➡️জনতা ভৱনত সংবাদমেলযোগে ঘোষণা ৰাজ্যিক নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ৷

➡️ছেপ্তেম্বৰৰ ভিতৰত হ’ব অসমৰ পাঁচ সমষ্টিৰ উপ- নিৰ্বাচন ৷

➡️চামগুৰিত,ধলাই,চিদলী বঙাইগাঁও আৰু বিহালী সমষ্টিৰ উপ- নিৰ্বাচন ৷

➡️পুৰণি সমষ্টিৰ ভোটাৰ তালিকাৰ মতেই হ’ব নিৰ্বাচন ৷

➡️নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা প্রকাশ পাব ৩০ জুলাইত ৷

➡️১০ আগষ্টলৈ ওজৰ-আপত্তি দাখিল কৰিব পাৰিব ।

➡️চূড়ান্ত ভোটাৰ তালিকা প্রকাশ পাব ২০ আগষ্টত ।

➡️জনতা ভৱনত সংবাদমেলযোগে ঘোষণা ৰাজ্যিক নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ ৷

Exit mobile version