Assam-Nagaland border shooting in Mariani:মৰিয়নীৰ অসম-নাগালেণ্ড সীমান্তত গুলীবৰ্ষণৰ ঘটনা

নগাৰ নিৰ্বিচাৰ গুলীবৰ্ষণত গুলীবৃদ্ধ বহুকেইটা পশুধন

naga

Assam-Nagaland border shooting in Mariani:

মৰিয়নীৰ অসম-নাগালেণ্ড সীমান্তত নগাৰ নিৰ্বাচাৰ গুলীবৰ্ষণ। নাগাজাংকা উদয়পুৰত সংঘটত হৈছে এই ঘটনা। নগাৰ গুলীত গুলীবৃদ্ধ বহুকেইটা পশুধন। সীমান্তৱৰ্তী অসমীয়া লোকৰ পশুধনৰ ওপৰত গুলীচালনা কৰে নগা দুস্কৃতিকাৰীয়ে ৷ ঘটনা সংঘটিতৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ আনহাতে গুলীবিদ্ধ পশুধনক ততাতৈয়াকৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে পশু চিকিৎসা কেন্দ্ৰলৈ ৷

এই ঘটনাক লৈ সীমান্তৱৰ্তী অসমীয়াৰ মাজত সৃষ্টি হৈছে তীব্ৰ আতংকৰ। অব্যাহত আছে চেপা উত্তেজনা ৷ আনহাতে গুলীচালনাৰ পাছৰে পৰা নিৰুদ্দেশ হৈছে তিনিটাকৈ গো-ধন ।

Exit mobile version