Drugs Seized With Paddlar Arrested :সৰু পথাৰত ড্ৰাগছ সহ আটক সৰবৰাহকাৰী

paddlar 1

Drugs Seized With Paddlar Arrested :

ড্ৰাগছৰ বিৰুদ্ধে সৰুপথাৰ আৰক্ষীয়ে কঠোৰস্থিতি লৈ থকাৰ মাজত আৰক্ষীয়ে অৰ্তকিতে চলোৱা অভিযানত ড্ৰাগছ সহ আটক তিনি সৰবৰাহকাৰী

ADVERTISEMENT

সৰুপথাৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অৰ্তকিতে অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ সহ আটক কৰা তিনিসৰবৰাহ কাৰী হ’ল তিনিচুকীয়াৰ দেৱৰাজ চেত্ৰী আৰু ৰাজকুমাৰ চেত্ৰী, মেৰাপানীৰ নগেন বৰা ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে আৰক্ষীয়ে সৰবৰাহকাৰী তিনিটাক জেৰা চলাইছে ৷

Exit mobile version