Govt.Employees Can Now Participate In Rss:Centreআৰ এছএছৰ পৰা আঁতৰিল ৫৮ বছৰীয়া প্ৰতিবন্ধকতা

cercular

Govt.Employees Can Now Participate In Rss:Centre

➡️আৰ এছএছৰ পৰা আঁতৰিল ৫৮ বছৰীয়া প্ৰতিবন্ধকতা ৷

➡️যোৱা ৯ জুলাইত প্ৰতিবন্ধকতা আঁতৰোৱাৰ নিৰ্দেশনা জাৰি কৰে কেন্দ্ৰই ৷

➡️আৰএছএছৰে সম্পৰ্ক ৰাখিব পাৰিব চৰকাৰী চাকৰিয়ালে ৷

➡️১৯৬৬ ৰ পৰা চাকৰিয়ালৰ ক্ষেত্ৰত আছিল নিষেধাজ্ঞা ৷

➡️কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক কঠোৰ সমালোচনা কংগ্ৰেছ সহ বিৰোধী পক্ষই ৷

Exit mobile version