Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: ব্যৱসায় খৰচ বৃদ্ধি। পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে। কামৰ চাপ বৃদ্ধি হ’ব। স্ত্রীৰ লগত অলপ বিবাদ হ’ব। শুভ ৰং নীলা, শুভ সংখ্যা ২।

বৃষ: নতুন গৃহ নিৰ্মাণ হোৱাৰ সম্ভাৱনা। চাকৰিৰ উন্নতিৰ সুযোগ আহিব পাৰে। অন্য লোকৰ বাবে খৰচ বৃদ্ধি হ’ব পাৰে। প্ৰেমত বাধা আহিব। শুভ ৰং বগা। শুভ সংখ্যা-২।

মিথুন: আর্থিক দিশত অশান্তি হ’ব পাৰে। অতিৰিক্ত অৰ্থ লাভৰ আশাত সমস্যা সৃষ্টি কৰিব। বিজ্ঞান চর্চাত অগ্ৰগতিৰ সম্ভাৱনা দেখা যায়। শত্ৰুৰ পৰা সাৱধানে থাকক। শুভ ৰং চাই ৰং। শুভ সংখ্যা ৫।

কর্কট: পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। উচ্চ শিক্ষাৰ শুভ ফল। ব্যৱসায় দিশত অশান্তি হ’ব পাৰে। বন্ধুৰ ভুলৰ বাবে সমস্যাৰ সম্মুখীন হ’ব পাৰে। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৪।

সিংহ: সম্পত্তিৰ অধিকাৰ লৈ বিবাদ হ’ব পাৰে। ব্যৱসায় দিশত ভাল যোগাযোগ আহিব পাৰে। বুদ্ধিৰ ভুলৰ বাবে কামৰ ক্ষতি হোৱাৰ সম্ভাৱনা। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৭।

কন্যা: স্বাস্থ্যৰ অশান্তিৰ বাবে ব্যৱসায়ত সমস্যা হ’ব পাৰে। আজিৰ দিনটো আপোনাৰ কাৰণে বহু বেছি ভাল নহয়। আর্থিক দিশত আয় বৃদ্ধি হোৱাৰ যোগ। শুভ ৰং কমলা। শুভ সংখ্যা ৬।

তুলা: চাকৰিৰ স্থান সলনি হ’ব পাৰে। পৰাপক্ষত টকা-পইচাৰ লেনদেন নিজৰ হাতেৰে কৰক। কর্মস্থানত উচ্চ পদস্থ ব্যক্তিৰ লগত বিবাদ হ’ব পাৰে। শুভ ৰং ৰঙা, শুভ সংখ্যা ৩।

বৃশ্চিক: ভ্ৰমণৰ দিশত শুভ ফল। অতিৰিক্ত আবেগৰ বাবে কামৰ ক্ষতি হ’ব পাৰে। উচ্চ শিক্ষাৰ সুযোগ আহিব পাৰে। প্ৰিয়জনৰ ব্যৱহাৰে মনত আঘাত দিব। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৮।

ধনু: আর্থিক দিশত অশান্তিৰ বাবে ঘৰত চিন্তা বৃদ্ধি। ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হৈ যাব। যিকোনো কাম আৰম্ভ কৰাৰ আগত ডাঙৰৰ পৰামৰ্শ লৈ লওক। শুভ ৰং মাখন। শুভ সংখ্যা ২। মকৰ : ব্যৱসায় ক্ষেত্ৰত খৰচ বৃদ্ধি। প্ৰিয়জনৰ বাবে ঘৰত বিবাদ হ’ব

পাৰে। মা-দেউতাৰ শৰীৰ লৈ চিন্তা বাঢ়িব। শত্ৰুৰ পৰা সাৱধানে থাকক। বিবাদৰ প্ৰস্তাৱ আহিব পাৰে। শুভ ৰং ক’লা। শুভ সংখ্যা ৪।

কুম্ভ: বিদ্যার্থীসকলৰ বাবে ভাল সুযোগ আহিব পাৰে। কর্মক্ষেত্রত উন্নতিৰ যোগ দেখা যায়। ভ্রাতৃ বিবাহ বাঢ়িব পাৰে। মানসিকভাবে চাপ বৃদ্ধি। শুভ ৰং সোণালী। শুভ সংখ্যা ১।

মীন: সন্তানৰ ব্যৱহাৰৰ বাবে মানসিকভাৱে চাব বৃদ্ধি। কর্মস্থানত বহু দিনৰ পাছত নিজৰ প্ৰতিভাৰ প্ৰকাশ ঘটিব পাৰে। ব্যৱসায় ক্ষেত্রত শুভ ফল। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৯

Exit mobile version