APCC Spokesperson’s Reaction at Rajiv Bhawan in Bangaigaon:ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বঙাইগাঁও সমষ্টি আঞ্চলিক দলক এৰি দিব লাগে বুলি কৰা মন্তব্যক লৈ বঙাইগাঁও ৰাজীৱ ভৱনত APCC মুখপাত্ৰ জ্যোতিৰ্ময় বৈশ্যৰ প্ৰতিক্ৰিয়া

RAJIB

APCC Spokesperson’s Reaction at Rajiv Bhawan in Bangaigaon:

ADVERTISEMENT

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ জ্যোতিৰ্ময় বৈশ্যই ৰাইজৰ দলৰ সভাপতি অখিল গগৈই বঙাইগাঁও সমষ্টি আঞ্চলিক দলক এৰি দিব লাগে বুলি কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

তেওঁ কয় যে অগপই অঞ্চালিকতাবাদী শক্তি দ্বাৰা কোনো দিনেও বঙাইগাঁও সমষ্টিত জিকা নাছিল। APCC মুখপাত্ৰ জ্যোতিৰ্ময় বৈশ্যই ৰাইজৰ দলক কেন্দ্ৰ কৰি কয় যে ৰাজনীতিত সদায় মেথামেটিক্স নচলে, ৰাজনীতিত কেমিষ্ট্ৰি ও চলে ।

জ্যোতিৰ্ময় বৈশ্যই কয় যে কংগ্ৰেছ দলৰ স্থিতি আগতকৈ ভাল হৈছে সেয়েহে কংগ্ৰেছ দল বঙাইগাঁৱত নিৰ্বাচন খেলিলে জয় হোৱাটো খাটাং। অগপ দলক বঙাইগাঁওত হেৰুৱাবৰ শক্তি কেৱল কংগ্ৰেছ দলৰ কাষত আছে।

Exit mobile version