Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ : কৰ্মত উন্নতিৰ যোগ। নিবনুৱাৰ কৰ্ম সংস্থাপন ৷ সংঘাত আঁতৰিব। শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৪।

বৃষ : কামৰ ব্যস্ততা বাঢ়িব। আর্থিক উন্নতি। শিৱ মন্দিৰ দৰ্শন কৰক, খং কমাওক। বিদ্যাত মধ্যম। শুভ ৰং, বগা, শুভ সংখ্যা ২।

মিথুন: কর্মক্ষেত্রত উন্নতি। অৰ্থ লাভৰ যোগ, ভ্ৰমণত মধ্যম। পাৰিলে তিতা নাখাব। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৫।

কৰ্কট : ৰাজনীতিৰ লগত জড়িত ব্যক্তিৰ ব্যস্ততা বৃদ্ধি। আর্থিক উন্নতি, কর্মব্যস্ততা বৃদ্ধি। খং নকৰিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩।

সিংহ: ৰবি গ্ৰহৰ প্ৰভাৱত শাৰীৰিক-মানসিক শক্তি বৃদ্ধি, হনুমানৰ পূজা কৰিব ৷আর্থিক উন্নতি বৃদ্ধি। শুভ ৰং কমলা, শুভ সংখ্যা ৪।

কন্যা: কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি, ভ্ৰমণত শুভ ৷ শৰীৰৰ প্ৰতি যত্ন লওঁক। শত্রু নাশ। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৩।

তুলা: আত্মনিৰ্ভৰশীল হ’ব পাৰিব, বগলা দেৱী পূজা কৰক সংযম ৰক্ষা পৰিব। ভ্রমণত মধ্যম। অর্থলাভ কৰিব পাৰিব ৷ ৰঙা ৰং শুভ, শুভ সংখ্যা ৯।

বৃশ্চিক: সা-সম্পত্তি ক্ৰয় কৰিব পাৰিব। শিল্পী কলা-কৌশলৰ জড়িত ব্যক্তিৰ উন্নতি। যান-বাহন পৰা সাৱধান, শুভ ৰং ক্রীম, শুভ সংখ্যা ৬।

ধনু : ধীৰ-স্থিৰ সৌভাগ্যশালী হোৱাৰ যোগ, হনুমান চালিচা পাঠ কৰক। শত্রু নাশ। কর্মত উন্নতি। শুভ ৰং পাতল নীলা। শুভ সংখ্যা ২।

মকৰ : হতাশা আঁতৰিব। গহীনত ভ্রমণপ্রিয়, চিন্তাশীল লোক হিচাপে খ্যাতি। কর্মত মধ্যম ৷প্রেমত শুভ, শুভ ৰং মেৰুণ। শুভ সংখ্যা ৪।

কুম্ভ: ধার্মিক দিশ প্রকাশ, হতাশা আঁতৰিব, সৎ আৰু গুণী লোকৰ সান্নিধ্য পাব। মনত দুচিন্তা নাৰাখিব, শুভ ৰং সোণালী। শুভ সংখ্যা২।

মীন: কৰ্মোন্নতি, বন্ধুৰ পৰা দূৰত থাকক। পুৰণি ৰোগে কষ্ট দিব পাৰে। খৰচ বৃদ্ধি, ভ্রমণত শুভ। শুভ ৰং হালধীয়া, শুভ সংখ্যা ১।

Exit mobile version