Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: কর্মস্থানত শুভ। ৰাজনীতিৰ লগত জড়িত ব্যক্তিয়ে বলিষ্ঠ পদক্ষেপ ল’ব পাৰিব। পাৰিবাৰিক মধ্যম। বিদ্যাত শুভ, শুভ ৰং মেৰুণ। শুভ সংখ্যা ৩।

বৃষ: মাটি সম্পত্তি ক্রয় কৰিব পাৰিব। ব্যৱসায়ত মধ্যম। বিদ্যাত বাধাব সম্মুখীন হ’ব পাৰে। পৰিৱেশ অস্থিৰ। শুভ ৰং নীলা, শুভ সংখ্যা ৬।

মিথুন: মাটি-বাৰীৰ লেঠা শেষ হ’ব, পুৰণি ৰোগে কষ্টদিব পাৰে, কৰ্মত মধ্যম, ৰাজনীতিৰ জড়িত ব্যক্তি শুভ। ভ্রমণৰ যোগ, শুভ ৰং ৰূপালী, শুভ সংখ্যা ২।

কর্কট: হতাশা দূৰ হ’ব, কর্মস্থানত সাবধান হওক। বন্ধুৰ পৰা আঁতৰত থাকক, হাতলৈ ধন আগমন হ’ব। প্রেমত মধ্যম। শুভ ৰং বগা, শুভ সংখ্যা ১।

সিংহ: দৃঢ় মতপোষণ কৰি আনন্দিত হ’ব, কৰ্মত শুভ পাৰিবাৰিক কিছু সমস্যা থাকিব। শিৱৰ মন্ত্র স্মৰণ কৰক। শুভ ৰং হালধীয়া, শুভ সংখ্যা

কন্যা: নতুন কর্ম সংস্থানৰ বাট মুকলি হ’ব, প্রেমত জটিলতা হ’ব পাৰে, ওচৰ-চুবুৰীয়াৰ লগত মিলিজুলি থাকিব। বিদ্যাত মধ্যম, শুভ ৰং ক’লা, শুভ সংখ্যা ৩।

তুলা: বন্ধুৰ দ্বাৰা উপকৃত হ’ব, কর্ম আৰু আর্থিকত শুভ। সম্মান বৃদ্ধি, আনক সহায় কৰিব আনন্দিত হ’ব, শুভ ৰং মুগা, শুভ সংখ্যা ৮।

বৃশ্চিক: কৰ্মস্থানত নীৰৱতা অবলম্বন কৰক। পাৰিবাৰিক উৎকণ্ঠা বৃদ্ধি। সামাজিক স্থিতি উন্নত, ব্যয় বৃদ্ধি। শুভ ৰং মাখন, শুভ সংখ্যা ৪।

ধনুঃ বিদ্যাৰ প্ৰতি নজৰ দিব শাৰীৰিক মধ্যম, মনৰ অস্থিৰতা দূৰ কৰক, বন্ধুৰ পৰা লাভ হ’ব। আর্থিকত শুভ। ব্যয় কম, শুভ ৰং ৰঙা, শুভ সংখ্যা ৯।

মকৰ: কোনো প্রভাবশালী ব্যক্তিৰ পৰা পদোন্নতি হ’ব, শৰীৰৰ প্ৰতি যত্ন ৰাখক আঁকোৰ-গোঁজ মনোভাব নাৰাখিব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭।

কুম্ভ: কর্মস্থানত ব্যস্ততা বাঢ়িব, সম্মান বৃদ্ধি। মাটি, গাড়ী ক্রয় কৰিব পাৰিব। দাম্পত্যত মধ্যম, মানসিক চিন্তাৰ পৰা আঁতৰত থাকক। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৬।

মীন: অর্থ লাভ, কর্মত মাধ্যম, মনৰ দৃঢ়তা ৰাখক। ধর্মস্থান ভ্রমণ কৰিব পাৰিব। বিদ্যাত শুভ, পাৰিবাৰিক মধ্যম, শুভ ৰং বগা, শুভ সংখ্যা ৩।

Exit mobile version