Fake Army Captain was Arrested at the Army Headquarters in Shillong:মেঘালয়ৰ সেনা শিবিৰত অঘটন

fake army

Fake Army Captain was Arrested at the Army Headquarters in Shillong:

➡️মেঘালয়ৰ সেনা শিবিৰত অঘটন ৷

➡️শ্বিলঙৰ সেনাৰ হেড কোৱাৰ্টাৰত আটক সেনাবাহিনীৰ ভুৱা কেপ্টেইন।

➡️নিজকে অসম ৰেজিমেণ্টৰ কেপ্তেইন বুলি চিনাকি দি আহিছিল যুৱকজনে ৷

➡️কেপ্তেইন হোৱাৰ সুবাদতে সেনাৰ হেড কোৱাৰ্টাৰত
ঘূৰি ফুৰিছিল ৷

➡️পিছত চালচলনত সন্দেহ ওপজাত সেনাৰ জেৰাত ওলায় পৰে সমস্ত ঘটনা ৷

➡️যুৱকজন সেনাৰ ভুৱা কেপ্তেইনহে আছিল ৷

➡️ধৃত যুৱকজন কাৰ্বি আংলঙ জিলাৰ ডকমকাৰ ছাৰ ছেৰণ ৰংপী ৷

➡️ইতিমধ্যে ধৃত যুৱকজনক জেৰা চলাইছে সেনাই ৷

Exit mobile version