Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: বিদ্যাত শুভ। মানসিক শান্তি। মামলাত মোর্কদমা-জয় লাভ। শৈশৱৰ স্মৃতি ৰোমন্থন। ভ্রমণত শুভ। শুভ ৰং বগা। শুভ সংখ্যা ২।

বৃষ: কর্মস্থানত ব্যস্ততা বৃদ্ধি; শিৱ মন্দিৰ দৰ্শনত শুভ হ’ব : পূর্বে দূৰ ভ্রমণ নকৰিব; বন্ধুবৰ্গৰ পৰা সাৱধান। শুভ ৰং মুগা। শুভ সংখ্যা ৬।

মিথুন: কর্ম বিদ্যাত শুভ। বন্ধুবৰ্গৰ পৰা উপকৃত হ’ব। সা-সম্পত্তি লাভ কৰিব পাৰে। পাৰিবাৰিক মাধ্যম। পাতল নীলা শুভ ৰং। শুভ সংখ্যা ৮।

কর্কট: প্রভাৱশালী লোকৰ সহযোগিতা পাব; দু-সাহসি কামত আনৰ উৎসাহ পাব। কর্মস্থানত নিজৰ স্থিতি বজাই ৰাখক, ব্যয় বৃদ্ধি, বগা শুভ ৰং, শুভ সংখ্যা ২।

সিংহ: আর্থিক বিষয়ত চিন্তা থাকিব, স্বাস্থ্য মাধ্যম। কর্মস্থানত উন্নতি। নিৰামিষ আহাৰ খাওক। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৬।

কন্যা: কর্মক্ষেত্রত সচেতন হওক। শিৱ মন্দিৰ দৰ্শন কৰক, নিষ্ঠা আৰু সততা বৃদ্ধি অর্থ লাভ। শুভ ৰং ক্রীম। শুভ সংখ্যা ৩।

তুলা: কর্মত বিচক্ষণতা প্রকাশ পাব। বেল গছত পানী দিয়ক। জুইৰ পৰা সাৱধান। শুভ ৰং মাখন। শুভ সংখ্যা ৮।

বৃশ্চিক: বিদ্যাত শুভ। কর্মস্থানত মাধ্যম, অৱাবত ধন খৰচ হ’ব পাৰে। স্বাস্থ্য কিছু দুর্বল। নিচা জাতীয় দ্রব্য সেৱন নকৰিব। সোণালী শুভ ৰং, শুভ সংখ্যা ২।

ধনু: খৰচ বৃদ্ধি। কৰ্মক্ষেত্ৰত মাধ্যম। আত্ম অহংকাৰ বৃদ্ধি। পদোন্নতিৰ যোগ। ভ্রমণত কষ্ট। শুভ ৰং মুগা। শুভ সংখ্যা ৭।

মকৰ: কর্মব্যস্ততা বৃদ্ধি। ব্যৱসায়ী। ৰাজনৈতিক ক্ষেত্ৰত জড়িত লোকৰ সা-সম্মান বৃদ্ধি। আপোনাৰ সৰলতাৰ সুযোগ আনে ল’ব পাৰে। শিৱক স্মৰণ কৰক। শুভ ৰং নীলা, শুভ সংখ্যা ৩।

কুম্ভ: কৰ্মত উন্নতি। স্বাস্থ্যৰ প্ৰতি যত্ন লওক। প্ৰেমত কষ্ট। হঠাৎ অর্থ লাভে আনন্দিত কৰিব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৯।

মীন: ব্যৱসায়ত শুভ। উন্নতিৰ যোগ। ভ্রমণ মধ্যম। কোনো ব্রাহ্মণক লগুন দান কৰিব। শুভ ৰং বগা। শুভ সংখ্যা ১।

Exit mobile version