Inauguration of petrol pump in Chaygaon:lছয়গাঁৱৰ বৰাখাটত নতুনকৈ স্থাপন হোৱা ইণ্ডিয়ান অইলৰ মাধৱ কমলা এনাৰ্জী ষ্টেচনৰ শুভ উদ্বোধন

oil1

Inauguration of petrol pump in Chaygaon:

দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ বৰাখাটত আজি নতুনকৈ স্থাপন হোৱা ইণ্ডিয়ান অইলৰ মাধৱ কমলা এনাৰ্জী ষ্টেচনটোৰ শুভ উদ্বোধন কৰা হয় ।

তেল ডিপোটোৰ শুভ উদ্বোধন কৰে দুই বাই-ভনী বাসন্তী মহন্ত ঠাকুৰীয়া আৰু নৱ লতা নাথে । প্ৰাঞ্জল দত্ত স্বত্বাধীকাৰী হিচাপে থকা ডিপোটোৰ পঞ্জীয়ন আছে হেমেন নাথৰ নামত । প্ৰথম দিনাই ডিপোটোত ৰাইজৰ সহাৰি অভূতপূৰ্ব ।

Exit mobile version