Indians Can Travel to 26 Countries Without a Visa:পাচপোৰ্ট আছে ভিছা নোহোৱাকৈ ভাৰতীয়ই ভ্ৰমণ কৰিব পাৰিব বিশ্বৰ ২৬ খন দেশ !

visa free

Indians Can Travel to 26 Countries Without a Visa:

আপোনাৰ যদি পাচপোৰ্ট আছে ভিছা নোহোৱাকৈ ভ্ৰমণ কৰিব পাৰিব বিশ্বৰ ২৬ খন দেশ ৷ এই দেশ কেইখন ভ্ৰমণ কৰিবলৈ যাওতে নেলাগে ভিছা । কিয়নো দেশ কেইখনৰ স’তে ভাৰতৰ আছে বৈদেশিক পাৰস্পৰিক চুক্তি

দেশ কেইখন হ’ল চুবুৰীয়া ভূটান,নেপাল,শ্ৰীলংকা সহ হাইটি, মৰিচাছ ,বার্বাডোছ ,ডমিনিকা ,ফিজি ,গ্রেনাডা ,পেলেষ্টাইন,জামাইকা, ,ইণ্ডোনেছিয়া,কুক দ্বীপপুঞ্জ,এল ছালভাডৰ,মাকাও,মালয়েছিয়া,এংগোলা,ইৰাণ, কাজাখাস্তান,মালদ্বীপ,কাটাৰ,ছিলেছ,ব্রিটিছ ভার্জিন দ্বীপপুঞ্জ,গাম্বিয়া,মাইক্র’নেছিয়া, মন্টচেৰাট |

Exit mobile version