NEET-UG Revised Examination Final Results Announced:NEET-UG সংশোধিত পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা

neet

NEET-UG Revised Examination Final Results Announced:

NEET-UG সংশোধিত পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা ৷

শীৰ্ষ স্থান লাভ ১৭ গৰাকী প্ৰাৰ্থীৰ ৷

পূর্বে শীর্ষ স্থান লাভ কৰিছিল ৬১গৰাকী প্রার্থীয়ে ৷

শীৰ্ষ স্থান লাভ কৰাৰ ভিতৰত ৰাজস্থানৰ ৪, মহাৰাষ্ট্ৰৰ ৩, উত্তৰ প্ৰদেশ আৰু দিল্লীৰ ২জনকৈ প্ৰাৰ্থীৰ ৷

৫ মে’ত ৫৭১খন চহৰৰ ৪৭৫০টা পৰীক্ষা কেন্দ্ৰত ২৪ লাখৰো অধিক পৰীক্ষাৰ্থীৰ বাবে NEET-UG পৰীক্ষা অনুষ্ঠিত হয়।

৫ মে’ৰ পৰীক্ষাৰ সময়ত সময় হেৰুৱাৰ সন্মুখীন হোৱা ১৫৬৩ গৰাকী পৰীক্ষাৰ্থীৰ পুনৰ পৰীক্ষা অনুষ্ঠিত হয় ২৩ জুনত ৷

Exit mobile version