Ferries stranded on the banks of the Brahmaputra in Majuli:মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ ফেৰী আবদ্ধ

ferries

Ferries stranded on the banks of the Brahmaputra in Majuli:

➡️মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ ফেৰী আবদ্ধ ৷

➡️ফেৰী খনত আছিল ৮৬গৰাকী যাত্রী, ১১খন বাইক ৷

➡️কমলাবাৰী ঘাটৰ পৰা নিমাতীঘাট অভিমুখী আহি আছিল জলতৰি নামৰ ফেৰীখন ৷

➡️কমলাবাৰী ঘাটৰ কিছু নিলগতে হঠাতে ফেৰীখনৰ ইঞ্জিন বিকল হৈ পৰে ৷

➡️যোৰহাটৰ নিমাতি ঘাট আৰু মাজুলীৰ কমলাবাৰীৰ মাজত সকলো জাহাজ চলাচল বাতিল ৷

➡️এই তাৎক্ষণিক নিৰ্দেশনা আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ ৷

Exit mobile version