Lavlina reaches the quarterfinals of women’s boxing:মহিলা বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনাৰ

lovelina

Lavlina reaches the quarterfinals of women’s boxing:

➡️পেৰিছ অলিম্পিক মহিলা বক্সিঙত পুনৰ উজ্জ্বলি উঠিল অসম কন্যা লাভলীনা বৰগোহাঁই ৷

➡️৭৫ কেজি শাখাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনাৰ।

➡️নৰৱে’ৰ প্ৰতিদ্বন্দ্বী চুনীভা হফষ্টাডক পৰাস্ত লাভলীনাৰ ৷

➡️পদক জয়লৈ মাত্ৰ এখোজ বাকী।

➡️কোৱাৰ্টাৰ ফাইনেলত বিজয়ী হ’লেই পদক নিশ্চিত লাভলীনাৰ।

Exit mobile version