Preeti Sudan has been appointed as the new Chairman of the Union Public Service Commission (UPSC):কেন্দ্ৰীয় লোকসেৱা আয়োগৰ(ইউ পি এছ চি)নতুন অধ্যক্ষ নিযুক্তি প্রীতি চোদান

এক আগষ্টত গ্ৰহণ কৰিব জ্যেষ্ঠ আই এ এছ বিষয়া গৰাকীয়ে

sudan

Preeti Sudan has been appointed as the new Chairman of the Union Public Service Commission (UPSC)

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ(ইউ পি এছ চি) নতুন অধ্যক্ষ হিচাপে নিযুক্তি প্রীতি চোদানক। প্রীতি চোদান ১৯৮৩ বেটচৰ জ্যেষ্ঠ আই এছ বিষয়া। বৃহস্পতিবাৰে নতুন দায়িত্বভাৰ গ্ৰহণ কৰিব প্রীতি চোদানে ৷

ADVERTISEMENT

উল্লেখ্য যে প্রীতি চোদানে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ ৰূপে দায়িত্বত থাকিব ২০২৫ ৰ এপ্ৰিল মাহলৈ। প্রীতি চোদান পূৰ্বতে আছিল কেন্দ্রীয় খাদ্য মন্ত্ৰণালয়ৰ সচিব ৷ এই দায়িত্ব পোৱা চোদান হ’ব কেন্দ্ৰীয় লোকসেৱা আয়োগৰ দ্বিতীয় গৰাকী মহিলা

Exit mobile version