Fire in Bishwanath College Campus:বিশ্বনাথ মহাবিদ্যালয়ত অঘটন !

biswanath 1

Fire in Bishwanath College Campus:

➡️বিশ্বনাথ মহাবিদ্যালয়ত অঘটন ৷

➡️মহাবিদ্যালয় চৌহদত দাওদাওকৈ জ্বলিল এখন বলেৰ’ বাহন ৷

➡️মহাবিদ্যালয় চৌহদৰ পাকিঙ স্থানত ৰখাই থোৱা বাহত খনত হঠাতে সংঘটিত হয় অগ্নিকাণ্ড।

➡️চৰ্ট চাকিৰ্টৰ ফলত সংঘটিত হয় এই অগ্নিকাণ্ড ৷

➡️অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিৰ্বাপন কৰে ৷

Exit mobile version