Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: চাকৰিৰ স্থান সলনি হ’ব পাৰে। গোটেই দিনটো ব্যস্ততাৰ মাজেৰে পাৰ হব। নতুন ব্যৱসায় আৰম্ভ হ’ব পাৰে। স্ত্ৰীৰ লগত নতুন কিছু ধৰণৰ আলোচনা হ’ব পাৰে। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৫।

বৃষঃ ধর্ম আলোচনাই মনত শান্তি প্রাপ্ত কৰিব। অতিৰিক্ত ক্রোধৰ বাবে নিজৰ ক্ষতি হ’ব পাৰে। সন্তানৰ দিশত খৰচ বৃদ্ধি হ’ব। সংগীত চর্চাত বাধা আহিব। শুভ ৰং বগা। শুভ সংখ্যা ২।

মিথুন: কামৰ বৃদ্ধি হোৱা বাবে মানসিক দিশত কষ্ট হ’ব পাৰে। পৰাপক্ষত স্বাস্থ্যৰ প্রতি গুৰুত্ব দিয়ক। উচ্চ শিক্ষাৰ শুভ ফল। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৭।

কর্কট: কর্মক্ষেত্রত অশান্তি হ’ব পাৰে। ব্যবসায় দিশত ভাল সহযোগিতা পাব। ঘৰুৱা দিশত খৰচ বৃদ্ধি হ’ব পাৰে। বিদ্যার্থীসকলৰ বাবে আজি দিনটো বহু বেছি ভাল নহয়। শুভ ৰং কমলা। শুভ সংখ্যা ৫।

সিংহ: পাৰিবাৰিক দিশত শুভ ফল। ঘৰলৈ ভাল সু-খবৰ আহিব পাৰে। পাবলৈ থকা ধন ঘূৰাই পাব। ঘৰুৱা দিশত অশান্তি হ’ব পাৰে। প্রেমত শুভ। শুভ বং মাখন। শুভ সংখ্যা ৩।

কন্যা: কর্মক্ষেত্রত কাৰোবাৰ লগত বিবাদ হ’ব পাৰে। শিক্ষাৰ প্রতি গুৰুত্ব দিয়ক। যিকোনো কাম আৰম্ভ কৰাৰ আগত মা-দেউতাৰ পৰামৰ্শ লৈ ল’ব। প্রেমত বাধা দেখা যায়। শুভ ৰং ৰঙা। শুভ সংখ্যা ২।

তুলা: ঘৰত প্রিয়জন অহাৰ সম্ভাৱনা আছে। উচ্চ শিক্ষাৰ বাবে বাহিত যাব পাৰে। নতুন গৃহ নির্মাণ হ’ব পাৰে। সন্তানৰ ভুলৰ কাৰণে সমাজৰ আগত লজ্জিত হ’ব পাৰে। শুভ বং ছাই, শুভ সংখ্যা ৮।

বৃশ্চিক: গুৰুজনৰ পৰা কিছু পৰামৰ্শ ল’ব পাৰিব। ব্যৱসায় দিশত অশান্তি হ’ব পাৰে। ভুল সিদ্ধান্তই সংসাৰত অশান্তিৰ যোগ দেখা দিব পাৰে। প্রিয়জনৰ ব্যৱহাৰে মনত আঘাত দিব পাৰে। শুভ ৰং সোণালী, শুভ সংখ্যা ৫।

ধনু: বন্ধুৰ ওপৰত বিশ্বাস কৰি কোনো ধৰণৰ কাম আৰম্ভ নকৰিব। শত্ৰুৰ পৰা সাবধানে থাকক। ভ্রমণৰ দিশত বাধা দেখা যায়। বিবাহৰ প্রস্তাৱ আহিব পাৰে। শুভ ৰং ছাই। শুভ সংখ্যা ৪।

মকৰ: মানসিক অস্থিৰতা বৃদ্ধি পাব। যিকোনো কাম আৰম্ভ কৰাৰ আগত ভাবি-চিন্তি সিদ্ধান্ত লওক। আনৰ সহায় কৰিব যাওঁতে নিজে বিপদত পৰিব পাৰে। শুভ ৰং ৰঙা, শুভ সংখ্যা ৬।

কুম্ভ: হাতলৈ পইচা আহিব যদিও খৰচ বৃদ্ধি হ’ব। দূৰ সম্পৰ্কীয় কোনোৱা ঘৰলৈ আহিব পাৰে। নিজৰ ভুলৰ বাবে হাতলৈ অহা কাম ঘূৰি যাব। শুভ ৰং নীলা, শুভ সংখ্যা ৭।

মীন: জলপথত অলপ সাবধানে থাকক। ঘৰৰ গুৰজনৰ শৰীৰক লৈ কষ্ট হ’ব পাৰে। সামাজিক কামত ব্যস্ততা বাঢ়িব। ব্যৱসায় উন্নতি হ’ব। শুভ ৰং ক’লা, শুভ সংখ্যা ২।

Exit mobile version