PM Hasina fled the Dhaka Palace in an army Helicopter:বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ,পদত্যাগ কৰিয়ে ভাৰতলৈ পলায়ন 

bang 1o

PM Hasina fled the Dhaka Palace in an army Helicopter:

➡️বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ।

➡️পদত্যাগ কৰিয়ে ভাৰতলৈ পলায়ন শ্বেখ হাছিনাৰ ৷

➡️বাংলাদেশৰ সেনাৰ বিশেষ হেলিকপ্টাৰেৰে ঢাকা এয়াৰপৰ্টত উপস্থিত ৷

➡️বিশেষ বিমানেৰে ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত অৱতৰণ পদত্যাগী প্ৰধানমন্ত্ৰী হাছিনা আৰু পৰিয়ালবৰ্গ।

➡️পদত্যাগৰ বাবে ৪৫ মিনিট সময় সীমা বান্ধি দিছিল সেনা প্রধান ৱাকাৰ উজ জামানে।

➡️প্ৰধানমন্ত্ৰী চৰকাৰী আবাসগৃহ ঢাকা পেলেছ খালীৰো নিৰ্দেশ দিছিল সেনা প্ৰধানে ।

➡️৩ বজাত সংবাদমেল সম্বোধন কৰিব সেনা প্রধানে ৷

Exit mobile version