Chief Secretary held a video conference with the SPs of five districts of the state on the latest situation in Bangladesh: শ্বেখ হাছিনা পদত্যাগৰ পিছত উদ্ভৱ হ’ব পৰা পৰিস্থিতিক লৈ উদ্বিগ্ন অসম চৰকাৰ

dgp

Chief Secretary held a video conference with the SPs of five districts of the state on the latest situation in Bangladesh:

➡️শ্বেখ হাছিনা পদত্যাগৰ পিছত উদ্ভৱ হ’ব পৰা পৰিস্থিতিক লৈ উদ্বিগ্ন অসম চৰকাৰ ৷

➡️বাংলাদেশ সীমান্তৱৰ্তী ৰাজ্যৰ পাঁচখন জিলাৰ আৰক্ষী অধীক্ষকৰ স’তে ভিডিঅ’ কনফাৰেন্স মুখ্য সচিব ৰবি কোটা আৰু ডিজিপি জিপিসিঙৰ ৷

➡️ধুবুৰী,কাছাৰ,মানকাচৰ,কৰিমগঞ্জ আৰু গোৱালপাৰাৰ এছ পিৰে ভিডিঅ’ কনফাৰেন্স ৷

➡️কাছাৰ, কৰিমগঞ্জ, গোৱালপাৰা, মানকাচৰ আৰু ধুবুৰীৰ আৰক্ষী অধীক্ষকৰ লগত ভিডিঅ’ কনফাৰেন্স মুখ্য সচিব আৰু DGPৰ ৷

➡️সীমান্তৱৰ্তী অঞ্চলত কোনো ধৰণৰ অশান্তিকৰ পৰিস্থিতি সংঘটিত নহয় তাৰ বাবে আৰক্ষীক আগতীয়াকৈ সষ্টম হৈ থকাৰ নিৰ্দেশ ৷

➡️ইণ্ডো – বাংলা সীমান্তত হাই এলাৰ্ট জাৰি ৷

➡️সীমান্তৱৰ্তী অঞ্চলত দিনে- নিশাই আৰক্ষীৰ নিয়মীয়া টহলৰ নিৰ্দেশ ৷

Exit mobile version