Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: বিশেষ কোনো কামত সফলতা পাব। শৰীৰ দুৰ্বল অনুভৱ কৰিব। আবেলি পাঁচ বজাৰ পাছত চাইচিতি যাত্ৰা কৰিব। আপোনাৰ শুভ ৰং বগা।

বৃষঃ কর্মক্ষেত্রত উচ্চ পদস্থ বিষয়াৰ স’তে সু-সম্পর্ক স্থাপন। পৰাপক্ষত যাত্রা নকৰাই ভাল। শুভ ৰং গুলপীয়া। প্রেমত আনন্দ।

মিথুন: সামাজিক কর্মত জড়িত সকলে পৰিৱেশ পাব। বিদ্যার্থীসকলৰ শুভ। দিনটোত এবাৰ বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰি মন্দিৰত যাব। যাত্রা শুভ হ’ব।

কর্কট: কৰ্মত কঠোৰ পৰিশ্ৰমৰ অন্তত লাভৰ মুখ দেখা পাব। দাম্পত্যত মত বিৰোধ হ’ব পাৰে। যাত্রা কৰিব পাৰে। শুভ ৰং ক’লা।

সিংহঃ কন্যা সন্তানৰ প্ৰতি চকু দিয়ক। যাত্রা কৰিলে সাৱধান হ’ব। শুভ ৰং সেউজীয়া। পাৰিবাৰিক অশান্তিত ভুগিব পাৰে।

কন্যা: ব্যৱসায়ত উন্নতি। যোগাযোগত খুউব বেয়া নহয়। শুভ ৰং ৰঙা। ৰঙা ৰঙৰ সূতাৰে হাতত পাঁচ পাক দি মেৰিয়াই লৈ যাত্ৰা কৰিলে সফল হ’ব

তুলা: কর্মত সফলতা লাভ কৰিব। যাত্ৰা কৰিলে বেঙুনীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। যাত্রা শুভ হ’ব। প্রেমত আনন্দ।

বৃশ্চিকঃ সাংস্কৃতিক কর্মত জড়িতসকলে সফলতা লাভ কৰিব। যাত্রা কৰিলে সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। বিদ্যাত শুভ।

ধনুঃ ভ্ৰমণ কৰিব পাৰে। দিনটো ফৰকাল। শিৱৰ মন্ত্র জপ কৰিব। পাতল নীলা ৰং আপোনাৰ বাবে শুভ। প্রেমত বুজাবুজি।

মকৰ: পুৰণা বন্ধু-বান্ধৱক লগ পাই সুখী হ’ব। ব্যৱসায়ত আয় বৃদ্ধিৰ কাৰকতা। ৰঙা ৰঙৰ ব্যৱহাৰে যাত্রা শুভ কৰিব।

কুম্ভ: আর্থিক দিশত বাধাগ্রস্ত হ’ব। শুভ ৰং কমলা। এই ৰং ব্যৱহাৰে যাত্রা শুভ কৰিব।

মীন: ব্যৱসায়ত দিনটো শুভ। পাৰিবাৰিক দিশতো শুভ। পুৱা যাত্রা কৰিব পাৰে। শুভ ৰং মেৰুণ।

Exit mobile version