Smugglers Arrested in Kaziranga:কাজিৰঙাত গ্ৰেপ্তাৰ দুষ্প্রাপ্য পিপলি চেংমাছসহ সৰবৰাহকাৰীক

kaziranga

Smugglers Arrested in Kaziranga:

বনবিভাগৰ এক অভিযানত কাজিৰঙাত গ্ৰেপ্তাৰ দুষ্প্রাপ্য পিপলি চেংমাছসহ তিনি সৰবৰাহকাৰীক ৷ উল্লেখ্য যে বন বিভাগৰ অৰ্তকিতে চলোৱা এক অভিযানত কিছুদিন পূর্বে আটক হৈছিল পিপলি চেংমাছসহ এজন সৰবৰাহকাৰী ৷

ধৃত সৰবৰাহকাৰীজনে জেৰাত সদৰি কৰা তথ্য অনুসৰি পুনৰ তিনিজন সৰবৰাহকাৰীক পুনৰ দুষ্প্রাপ্য পিপলি চেংমাছসহ আটক কৰিবলৈ সক্ষম হয় । আটকাধীন সৰবৰাহকাৰী তিনিজনক অধিক তথ্যৰ বাবে বনবিভাগে জেৰা অব্যাহত ৰাখিছে।

Exit mobile version