High Court stays teacher recruitment:
➡️শিক্ষক নিযুক্তিত ন্যায়ালয়ৰ স্থগিতাদেশ ৷
➡️৩৫ হাজাৰ শিক্ষক নিযুক্তি ন্যায়ালয়ৰ স্থগিতাদেশ ৷
➡️গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাৰি কৰিছে স্থগিতাদেশ ৷
➡️৬ আগষ্টত ৩৫ হাজাৰ শিক্ষক পদৰ বিজ্ঞাপন প্ৰকাশ হৈছিল ৷
➡️শিক্ষক সমাজ দ্বাৰস্থ হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয় ৷