Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: শৰীৰ সুস্থিৰ থাকিব। ভবা মতে কাম কৰিব পাৰিব। আর্থিকত অভাৱ থাকিব পাৰে। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৫।

বৃষ: মন চঞ্চল হ’ব। শিক্ষার্থী সকলৰ মনত আনন্দ আৰু আগ্রহ বাঢ়িব। প্রেমত শুভ। বেঙুনীয়া ৰং শুভ, শুভ সংখ্যা ২।

মিথুন: পাৰিবাৰিক দিশত সুখ শান্তি থাকিব। নতুন কৰ্মৰ সমভেদ পাব। বিবাহ প্ৰাৰ্থীৰ বাবে সুখবৰ। শুভ ৰং বগা, শুভ সংখ্যা ৪।

কর্কট: দিনটো শুভ যদিও ১২ বজাৰ পাছত অলপ অশান্তিৰ কাৰণ হ’ব পাৰে। শিৱৰ মন্ত্র জপ কৰিব নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। শুভ সংখ্যা ১।

সিংহ: বাধা বিঘিনিৰ মাজেৰে কৰ্মত সফল হ’ব পাৰিব। মনৰ অশান্তি, খং ৰাগ বৃদ্ধি হ’ব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৩।

কন্যা: নিজকে অলপ সতৰ্ক কৰি ৰাখক কিছুমান সিদ্ধান্তত খেলি- মেলি হ’ব পাৰে। কর্মক্ষেত্ৰত সামান্য উন্নতি দেখা যায়। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮।

তুলা: পাৰিবাৰিক আৰু প্ৰেমত শান্তি তথাপিও অলপ বাধা হ’ব পাৰে। বন্ধুবৰ্গৰ পৰা দূৰত থাকক। শুভ ৰং ৰঙা, শুভ সংখ্যা ৭।

বৃশ্চিক: ব্যৱসায়ত মধ্যমীয়া। ভ্রমণত কষ্ট। ৰাজনীতি, সমাজ কর্মত জড়িতসকলক আকস্মিক সংবাদে আনন্দিত কৰিব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪।

ধনুঃ মনত দুচিন্তা আৰু অশান্তিয়ে বৃদ্ধি পাব। ভবা কথা আনৰ আগত প্রকাশ নকৰিব। দাম্পত্যত শুভ। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৫।

মকৰ: শৰীৰটো আগতকৈ কিছু উন্নত হ’ব। পুৰণি ৰোগ আদিৰ পৰা মুক্ত হ’ব। নতুন সংবাদে আনন্দিত কৰিব। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৮।

কুম্ভ: বুদ্ধিজীৱী আৰু পৰিৱেশ প্ৰেমীৰ বাবে অনুকূল সময়। বন্ধুৰ উপদেশত উন্নতিৰ কৰিব পাৰিব। হঠাৎ দুচিন্তা বৃদ্ধি পাব।, মাটিয়া ৰং শুভ। শুভ সংখ্যা ৫।

মীন: মানসিক ক্ষেত্রত কিছু অশান্তি হ’ব পাৰে। বিবাহ প্ৰাৰ্থীৰ বােেব সুসংবাদ আহিব পাৰে। নতুন কৰ্মৰ সন্ধান পাব। শুভ ৰঙা ৰং ব্যৱহাৰ কৰক। শুভ সংখ্যা ৩।

Exit mobile version