CM visits the house of missing prominent music director Ramen Baruah:নিৰুদ্দিষ্ট বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ বাসগৃহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

ramenbaruah

CM visits the house of missing prominent music director Ramen Baruah:

নিৰুদ্দিষ্ট বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ বাসগৃহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

প্ৰৱীণ কন্ঠশিল্পী দ্বিপেন বৰুৱাৰ স’তে মতবিনিময় মুখ্যমন্ত্ৰীৰ ৷

ৰমেন বৰুৱাৰ পৰিয়ালৰ স’তে আলোচনাৰ অন্তত মুখ্যমন্ত্ৰীৰ বক্তব্য ৷

নিৰুদ্দিষ্ট ৰমেন বৰুৱাৰ সন্ধানত আৰক্ষী আৰু এছডিএফবি যথেষ্ট পৰিশ্ৰম কৰিছে ৷

এতিয়াও সন্ধানত অব্যাহত ৰাখিছে মাৰাথন অভিযান ৷

Exit mobile version