Hearing impaired student of Government Higher Secondary School in Kahilipara has not been found:বৰ্তমানো কোনো সন্ধান পোৱা নাই কাহিলীপাৰাস্থিত শ্ৰৱণ বাধাগ্ৰস্ত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰৰ

MISSING

Hearing impaired student of Government Higher Secondary School in Kahilipara has not been found:

বৰ্তমানো কোনো সন্ধান পোৱা নাই কাহিলীপাৰাস্থিত শ্ৰৱণ বাধাগ্ৰস্ত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰৰ ৷

দেওবাৰৰ পুৱাৰ ভাগৰ পৰা সন্ধানহীন হৈ আছে যোৰহাটৰ আকাশ জ্যোতি গগৈ নামৰ ছাত্ৰ জন ৷

৩ বন্ধুৰ সৈতে পুৱাৰ ভাগতেই হোষ্টেলৰ পৰা পলাই গৈছিল ৷

দুজনক উদ্ধাৰ কৰিলে যদিও বৰ্তমানো সন্ধান লাভ কৰা নাই আকাশ জ্যোতিৰ ৷

লৰা জনক বিচাৰি পৰিয়ালৰ লোকৰ মাজত লাগিছে হাহাকাৰ

ল’ৰা জনক উদ্ধাৰ কৰিবলৈ কাষ চাপিছে এতিয়া আৰক্ষীৰ ৷

Exit mobile version