Newly formed militant group dismantled with weapons cache:অস্ত্ৰ ভাণ্ডাৰ সহ উৎখাত নৱগঠিত উগ্ৰপন্থী সংগঠন

কোকোৰাঝাৰ- চিৰাঙ বনাঞ্চলত গোপনে চলাই আছিল সাংগাঠনিক কুজকাৱাজ

dpr

Newly formed militant group dismantled with weapons cache:

পুনৰ বিটিআৰত অশান্ত কৰাৰ লক্ষ্যৰে একাংশ প্ৰাক্তন এনডিএফ বিৰ উদ্যোগত গঢ়ি তোলা প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিল এটা সশস্ত্ৰ সংগঠন ৷

আনকি কোকোৰাঝাৰ- চিৰাঙ বনাঞ্চলত গোপনে চলাই আছিল সাংগাঠনিক কুজকাৱাজ ৷ এই সম্পৰ্কত আৰক্ষীয়ে সম্ভেদ লাভ কৰি ইতিমধ্যে বৃহৎ পৰিমাণৰ মাৰাণস্ত্ৰ উদ্ধাৰ কৰাৰ পিছত পুনৰ আৰক্ষীক কঠোৰস্থিতিত তিস্তিব নোৱাৰি মধ্যস্থতাকাৰীৰ জৰিয়তে ২০ গৰাকী উগ্রপন্থী সংগঠনৰ সদস্যই অস্ত্ৰ-শস্ত্ৰ সহ আত্মসমৰ্পণ কৰে আৰক্ষীৰ ওচৰত ৷ মূলসুঁতিলৈ অধিকাংশই প্ৰাক্তন এনডিএফ বিৰ সদস্য ।

আৰক্ষীৰ হাতট তুলি দিয়া মাৰাণস্ত্ৰ সমূহ হ’ল ১০টাকৈ ৰাইফল, মেগজিনসহ ৩টা পিষ্টল, ৫টা হেণ্ড গ্রেনেড উদ্ধাৰ। এ কে ফৰটি চেভেনৰ ৫৪ জাঁই সক্রিয় গুলী, ৯ ৰাউণ্ড পিষ্টলৰ গুলী ৷

Exit mobile version