Which minister will fly the national flag on 15 August:১৫ আগষ্টত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা

nation flag

Which minister will fly the national flag on 15 August:

১৫ আগষ্টত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা:

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ত্ৰিৰংগা পতাকা উত্তোলন কৰিব খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৷

আন আন মন্ত্ৰী সকলে উত্তোলন কৰিব:

➡️ ৰঞ্জিত কুমাৰ দাস-বঙাইগাঁও

➡️অতুল বৰা- নগাঁও

➡️ ইউ জি ব্ৰহ্ম- দৰং

➡️ চন্দ্ৰ মোহন পাটোৱাৰী-কামৰূপ

➡️কেশব মহন্ত-হোজাই

➡️ড° ৰানোজ পেগু-লখিমপুৰ

➡️অশোক সিংঘল-শোণিতপুৰ

➡️যোগেন মোহন-যোৰহাট

➡️সঞ্জয় কিষাণ-তিনিচুকীয়া

➡️অজন্তা নেওগ-গোলাঘাট

➡️ পীযুষ হাজৰিকা-গোৱালপাৰা

➡️ বিমল বৰা- ডিব্ৰুগড়

➡️নন্দিতা গাৰ্লোছা-শিলচৰ

➡️জয়ন্ত মল্লবৰুৱা- নলবাৰী

➡️ প্ৰমোদ বড়ো,মুখ্য কাৰ্যবাহী সদস্য ,বিটিচি- কোকৰাঝাৰ

➡️তুলিৰাম ৰংহাং, চি ই এম কে এ এ চি-ডিফু।

➡️ দেবলাল গাৰ্লোছা, চিইএম, এনচিএইচএচি- হাফলং

➡️গোবিন্দ চন্দ্ৰ বসুমতাৰী, উপ- কাৰ্যবাহী সদস্য বিটিচি-ওদালগুৰি

Exit mobile version