Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: কর্মস্থানত মধ্যম। দূৰ ভ্ৰমণৰ যোগ আছে। দাম্পত্যত শুভ। ঘৰ- বাৰী পৰিকল্পনাত উপকৃত হ’ব। শুভ ৰং বগা, শুভ সংখ্যা ২।

বৃষ: কোনো সংবাদে মানসিক অশান্তি বৃদ্ধি কৰিব পাৰে। শিৱ মন্দিৰ দৰ্শন কৰক। পিছবেলা ভ্রমণ নকৰিব। শুভ ৰং কমলা। শুভ সংখ্যা ৫।

মিথুন: কর্ম ব্যস্ততা বাঢ়িব। আর্থিক সম্পত্তি লাভ কৰিব। দাম্পত্যত মধ্যম। যান-বাহনৰ পৰা সৰ্তক হওক। শুভ ৰং নীলা। শুভ সংখ্যা ৩।

কর্কট: কর্মস্থানত কিছু জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে। ধনাগমন বৃদ্ধি। আঁকোৰ-গোঁজ মনোভাবে ক্ষতি কৰিব। ভ্রমণত শুভ, শুভ ৰং নীলা, শুভ সংখ্যা ৭।

সিংহ: আর্থিকত মধ্যম, কর্মস্থানত আশা কৰা মতে সফল হ’ব। জ্ঞানী ব্যক্তিৰ দৰ্শনে অনুপ্ৰেৰণা যোগাব। স্বাস্থ্য মধ্যম। শুভ ৰং বগা, শুভ সংখ্যা ৫।

কন্যা: সুসংবাদৰ যোগাযোগে আনন্দ দিব। কৰ্মক্ষেত্ৰৰ দায়িত্বৰ সম্পর্কে সচেতন থাকক। ক’লা গৰুক ৰুটি খুৱাব। শুভ ৰং নীলা, শুভ সংখ্যা ৮।

তুলা: কর্মক্ষেত্রত ব্যস্ততা বাঢ়িব। শৰীৰ পুৰণি ৰোগৰ পৰা মুক্ত হ’ব। যানবাহন ক্ৰয় কৰিব পাৰিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৪।1

বৃশ্চিক: অত্যধিক পৰিশ্ৰম হ’ব পাৰে। কৰ্ম আৰু দাম্পত্যত শুভ। দূৰ ভ্ৰমণ কৰিব পাৰিব। স্বাস্থ্যৰ উন্নতি। গণেশক পূজা কৰিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩।

ধনু: কর্মক্ষেত্রত মধ্যম। খৰচৰ মাত্ৰা বাঢ়িব। দুশ্চিন্তাই মনৰ অস্থিৰতা বঢ়াব শৰীৰৰ প্ৰতি যত্ন লওক। আনৰ কথাত গুৰুত্ব নিদিব। শুভ ৰং আকাশী, শুভ সংখ্যা ৪।

মকৰ : ব্যৱসায়-বাণিজ্যত অধিক লাভৱান হ’ব। বিদ্যার্থীৰ শুভ। কর্মস্থানত ব্যস্ততা বাঢ়িব। গোপন শত্রু বাঢ়িব। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৬।

কুম্ভ: হঠাৎ অর্থলাভ হ’ব পাৰে। জটিল সমস্যাৰ পৰা মুক্ত হ’ব। মানসিক শান্তি লাভ কৰিব। সন্মান বৃদ্ধি পাব। শুভ ৰং কমলা, শুভ সংখ্যা ১।

মীন: ব্যৱসায়ত শুভ, পদোন্নতিৰ যোগ। পাৰিবাৰিক শান্তি। বিদ্যাত মধ্যম, বন্ধুৰ পৰা আনন্দ লাভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৬।

Exit mobile version