Special vehicles for female doctors on duty at GMCH:জিএমচিএইছত কৰ্তব্যৰত মহিলা চিকিৎসকৰ বাবে বিশেষ বাহনৰ ব্যৱস্থা

gmchuuuu

Special vehicles for female doctors on duty at GMCH:

➡️কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল কাণ্ডৰ দেশজুৰি উত্তাল প্ৰতিবাদৰ মাজতে জিএমচিএইছৰ বিশেষ পদক্ষেপ ৷

➡️জিএমচিএইছত কৰ্তব্যৰত মহিলা চিকিৎসকৰ বাবে বিশেষ বাহনৰ ব্যৱস্থা ৷

➡️এই নির্দিষ্ট বাহন চলিব নিশা ৯ বজাৰ পৰা পুৱা ৭বজালৈ ৷

➡️বিশেষ বাহনত থাকিব এগৰাকী মহিলা নিৰাপত্তাৰক্ষী ৷

Exit mobile version