Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: কর্মস্থানত মধ্যম, সূর্যক পূজা কৰক। ঘৰুৱা সামগ্ৰীৰ ওপৰত নজৰ দিয়ক। ব্যয় বৃদ্ধি, শুভ ৰং বৰঙা, শুভ সংখ্যা ২।

বৃষ: পৰিৱেশ অস্থিৰ হ’ব। শৰীৰৰ প্ৰতি যত্ন লওক। কর্মত শুভ, দুখীয়াক অন্ন দান কৰক। কমলা ৰং ব্যৱহাৰ কৰক, শুভ সংখ্যা ১।

মিথুন: কর্মদক্ষতাৰ ওপৰত সা-সন্মান বৃদ্ধি। ভ্রমণত মধ্যম। বিদ্যাত কিছু জটিলতা আছে। ব্যয় বৃদ্ধি, গোপন শত্রু বৃদ্ধি। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৫।

কর্কট: কর্ম ব্যস্ততা বৃদ্ধি। দুখীয়াক অন্ন-বস্ত্র দান কৰক। শত্রু নাশ। খৰচৰ মাত্রা বৃদ্ধি। শুভ ৰং সোণালী, শুভ সংখ্যা ৪।

সিংহ: তীর্থ ভ্ৰমণৰ যোগ। লেখক, ৰাজনীতিবিদ, সমাজকর্মী আদিৰ সম্মান বৃদ্ধি। আয় বৃদ্ধি, প্রেমত বাধা, শুভ ৰং ৰঙা, শুভ সংখ্যা ৭।

কন্যা: কোনো শুভ সংবাদ পাব পাৰে। প্ৰেমত কষ্ট। ভ্ৰমণত শুভ। শত্ৰুৰ পৰা সাৱধান। শুভ ৰং নীলা শুভ সংখ্যা ৩।

তুলা: কৰ্মত উন্নতিৰ যোগ। নতুন বিদ্যাত ফলৱতী হ’ব। হঠাৎ শৰীৰ কিছু অসুস্থ হ’ব পাৰে। প্ৰেমত মধ্যম। ভ্রমণ নকৰাই ভাল। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৮।

বৃশ্চিক: কৰ্মত উদাৰতা থাকিব। প্রেমত, শুভ, মন্দিৰ দৰ্শনে আনন্দ দিব। মাটি-সম্পত্তি ক্ৰয় কৰিব পাৰিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯।

ধনুঃ কর্মস্থানত ধৈৰ্যৰ প্ৰয়োজন। যান-বাহনৰ পৰা সাৱধান। পাৰিবাৰিক মনোমালিন্য। শুভ ৰং বেঙুনীয়া শুভ সংখ্যা ৬।

মকৰ : কৰ্মস্থানত উন্নতিৰ যোগ। প্ৰদূষণৰ পৰা সাৱধান। কোনো প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্য লাভ কৰিব পাৰিব। ঘৰুৱা কামত ব্যস্ততা বৃদ্ধি। শুভ ৰং সোণালী। শুভ সংখ্যা ৩।

কুম্ভ: কিছু জটিল সমস্যাৰ সমাধান কৰিব পাৰিব। ধর্মস্থান ভ্রমণত আনন্দিত হ’ব। চিন্তাশীল আৰু জনহিতকৰ কামত সুফল। শুভ ৰং পাতল নীলা। শুভ সংখ্যা ৮।

মীন: কার্য সিদ্ধি হ’ব। নীলম ৰত্ন ধাৰণ কৰিব। বন্ধুবৰ্গৰ পৰা সহায় পাব। খৰচ বৃদ্ধি। শত্রু কমিব। দাম্পত্যত মধ্যম। ক্রীম শুভ ৰং। শুভ সংখ্যা ৫।

Exit mobile version