BJP Announces Rajya Sabha Candidate:ৰাজ্যসভাৰ বিজেপিৰ প্ৰাৰ্থী ঘোষণা

bjp

BJP Announces Rajya Sabha Candidate:

➡️ৰাজ্যসভাৰ বিজেপিৰ প্ৰাৰ্থী ঘোষণা

➡️বিজেপিৰ দুই প্ৰাৰ্থী হ’ল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দাস ৷

➡️উল্লেখ্য যে,ৰাজ্যৰ দুই আসনৰ বাবে নির্বাচন হ’ব ৩ ছেপ্টেম্বৰত ৷

➡️মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ২১আগষ্ট ৷

Exit mobile version