Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: আনৰ প্ৰতি আঁকোৰ-গোঁজ ভাৱ হ’ব পাৰে; কর্ম ব্যস্তত বৃদ্ধি, প্রেমত শুভ সম্পদ লাভ। শুভ ৰং মাখন, শুভ সংখ্যা ২।

বৃষ: খৰচ বৃদ্ধি, ভ্ৰমণত শুভ। বন্ধুৰ পৰা উপকৃত হ’ব। সুস্থিৰ চিন্তাৰে সমস্যা সমাধান। শুভ ৰং নীলা, শুভ সংখ্যা ৮।

মিথুন: ব্যৱসায়-বাণিজ্যত শুভ। বিদ্যাত শুভ। শিক্ষাবিদ, ৰাজনীতিবিদসকলৰ ব্যস্ততা বৃদ্ধি। শুভ ৰং বগা। শুভ সংখ্যা ৬।

কর্কট: কার্য সিদ্ধি যোগ। পাৰিলে নিৰামিষ আহাৰ গ্ৰহণ কৰিব। বন্ধুৰ পৰা উৎসাহ পাব। শিৱ মন্দিৰ দৰ্শন। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫।

সিংহ: শিৱ মন্দিৰ দৰ্শন কৰিব। কাৰ্যসিদ্ধি হ’ব। ভ্রমণ সোঁফালে কৰিব পৰিশ্ৰমৰ উপযুক্ত মৰ্যাদা পাব। শুভ ৰং নীলা, শুভ সংখ্যা ২।

কন্যা: কর্মত নিষ্ঠা, সততা, দক্ষতা প্রকাশ পাব। প্রেমত মধ্যম। আনক অন্যায় নকৰিব। ভ্রমণত শুভ। শুভ ৰং বেগুনীয়া, শুভ সংখ্যা ১।

তুলা: জ্ঞানী লোকৰ সান্নিধ্য পাব। বেল গছৰ তলত চাকি জুলাওক। ব্যৱসায়ত উন্নতি। শুভ ৰং ক্রীম, শুভ সংখ্যা ৭।

বৃশ্চিক: কার্যসিদ্ধিত আনৰ প্ৰভাৱ পৰিব পাৰে; পানীৰ পৰা ভয়। শিক্ষাবিদ, লেখিকা আদিৰ কৰ্মব্যস্ততা বৃদ্ধি। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৪।

ধনু: কর্মস্থানত কিছু জটিলতা হ’ব পাৰে। পৰিৱেশৰ লগত মিলাই কাম কৰক। হুৰমূৰকৈ কাম নকৰিব। শুভ ৰং বগা, শুভ সংখ্যা ২।

মকৰ: শিং থকা জন্তুৰ পৰা সাৱধান হওক। প্রেমত মধ্যম। সংঘাত আঁতৰিব। কৰ্মত শুভ। বন্ধুৰ পৰা উৎসাহিত হ’ব।। শুভ ৰং সোণালী, শুভ সংখ্যা ১।

কুম্ভ: শাৰীৰিক আৰু মানসিক শান্তি লাভ. জেদ ভাব মনলৈ নানিব। কর্মস্থানত মধ্যম। ক’লা গৰুক ৰুটি খুৱাওক। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩।

মীন: আনৰ প্ৰতি উদাৰতা প্রকাশ। কৰ্তব্যৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি। প্ৰদূষণৰ পৰা কষ্ট পাব পাৰে। শিৱ মন্দিৰ দৰ্শন কৰক। শুভ ৰং ৰঙা, শুভ সংখ্যা ৪।

Exit mobile version