Sivsagar 30 Community Joint Fourm:ধিঙৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণকাণ্ডক সৰব উজনি অসমৰ পৰা ৩০টাকৈ জাতীয় সংগঠন

মিঞাক খেদি পঠিওৱাৰ হুংকাৰ টাইপা সহ সংগঠনবোৰৰ, কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰশিদ মণ্ডলো হুংকাৰ, মিঞাক খেদিব নোৱাৰে, কেনেকৈ খেদে চাও

mandal

Sivsagar 30 Community Joint Fourm:

নগাঁও জিলাৰ ধিঙৰ ৰাজ্য কপাই যোৱা ছাত্ৰীক দলবদ্ধ ধৰ্ষণকাণ্ডক লৈ সৰব হৈ উঠিছে উজনি অসমৰ জাতীয় সংগঠন ৷ উজনি অসমৰ পৰা টাইপা সহ ৩০টাকৈ জাতীয় সংগঠনে মিঞাক খেদি পঠিওৱাৰ হুংকাৰ প্ৰদান কৰিছিল ৷ আনহাতে সংগঠন কেইটাৰ এই হুংকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ বিধায়ক আব্দুৰ ৰশিদ মণ্ডল। তেওঁ দল- সংগঠনক উভতি ধৰি কয়,অসমৰ পৰা মিঞাক খেদিব নোৱাৰে, কেনেকৈ খেদে চাও ৷

ইফালে কংগ্ৰেছ বিধায়কৰ এই চেলেন্সক প্ৰত্যাহ্বান জনাইছে বীৰ লাচিত সেনাৰ মুখ্য সাংগাঠনিক সম্পাদক শৃংখল চলিহাই ৷ শৃংখল চলিহাৰ ফেছবুক পোষ্ট ‘Challenge Accepted, বিহু দেখুৱাই আছো তোক’ ৷

Exit mobile version