Complaint against the Chief Minister: মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ বিৰোধী ঐক্যমঞ্চৰ

congres 1

 Complaint against the Chief Minister:

➡️মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ বিৰোধী ঐক্যমঞ্চৰ ৷

➡️মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ বিৰোধী ঐক্যমঞ্চৰ নেতৃবৰ্গ ।

➡️সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ।

➡️এজাহাৰ দিবলৈ সদলবলে দিছপুৰ থানালৈ আহিল বিৰোধী ঐক্যমঞ্চৰ নেতৃবৰ্গ ।

➡️দিছপুৰ থানাত উপস্থিত হয় ভূপেন বৰা ,দেৱব্ৰত শইকীয়া,ৰকিবুল হুছেইন,অজিত কুমাৰ ভূঞা,লুৰিন জ্যোতি গগৈ সহ কে’বাজনো কংগ্ৰেছী বিধায়ক ৷

➡️মঙলবাৰে বিৰোধী ঐক্যমঞ্চৰ এক বৈঠকত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰাৰ সিদ্ধান্ত লোৱা হৈছিল ৷

Exit mobile version