MLA Akhil Gogoi is ill:বিধায়ক অখিল গগৈ অসুস্থ,জিএমচিএইছত ভৰ্তি

akhil 1

MLA Akhil Gogoi is ill:

➡️বিধায়ক অখিল গগৈ হঠাতে অসুস্থ ৷

➡️শ্বাস-প্রশ্বাসজনিত সমস্যাত ভোগাৰ বাবে অসুস্থ বিধায়ক গৰাকী ৷

➡️গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত
ভর্তি ৷

Exit mobile version