Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: নতুন কোনো শুভ সংবাদ আহিব পাৰে। বন্ধুবৰ্গৰ পৰা আনন্দ উৎসাহ পাব। আর্থিক লাভ। মনত শান্তি পাব। শুভ ৰং কমলা। শুভ সংখ্যা ৬।

বৃষ: কৰ্মত উদাৰতা থাকিব। আর্থিক সম্পদ লাভ। প্ৰেমত মধ্যম, বন্ধুৰ পৰা উপকৃত হ’ব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৯।

মিথুন: খং নকৰিব, কর্মস্থানত কিছু জটিলতা। আত্মবিশ্বাস বৃদ্ধি। শাৰীৰিক মানসিক কষ্ট বৃদ্ধি। বজৰংগৱলীক পূজা কৰক। শুভ বং গেৰুৱা, শুভ সংখ্যা ৩।

কৰ্কট: কৰ্মত উন্নতিৰ যোগ। সততাৰ পৰিচয় দিব, ধনৰ চিন্তা বৃদ্ধি, বিদ্যা বুদ্ধিত শুভ। প্রেমত মধ্যম। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৬।

সিংহ: কৰ্মত উন্নতি। নিবনুৱাৰ কৰ্মসংস্থাপনৰ সুযোগ। শিল্পী, সাহিত্যিক, ৰাজনীতিবিদৰ সন্মান বৃদ্ধি। শুভ ৰং মেৰুণ। শুভ সংখ্যা

৮। কন্যা: শুভ সংবাদ পাব। যান-বাহন লাভৰ যোগ। দাম্পত্যত বুজাবুজি। বিদ্যাত শুভ।। শুভ ৰং পাতল নীলা। শুভ সংখ্যা ৩।

তুলা: আশা মতেই সফলতা অর্জন কৰিব পাৰিব। সহকৰ্মীৰ পৰা সাৱধান। বেল গছৰ তলত পানী দিব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৭।

বৃশ্চিক: কর্মস্থানত মধ্যম। শত্রু কমিব। পাৰিলে দুখীয়াক দান কৰিব। সংযমী চিন্তাশীল দিশ প্ৰকাশ পাব। শুভ ৰং বগা। শুভ সংখ্যা ৯।

ধনু: নতুন কর্মস্থান। ভবা মতে আনন্দ লাভ। আর্থিক মধ্যম, শত্রু বাঢ়িব। প্ৰদূষণৰ পৰা সাৱধান। শুভ বং বেঙুনীয়া। শুভ সংখ্যা ৪।

মকৰ: কৰ্মত উন্নতিৰ চিন্তা। খং-ৰাগ ক্ষোভ কমাওক উন্নতি হ’ব। ইলেক্ট্রনিক সামগ্ৰীৰ পৰা সাৱধান। শুভ ৰং পাতল নীলা। শুভ সংখ্যা ৫।

কুম্ভ: গুৰুৰ কৃপা লাভ কৰিব। বিদ্যাত শুভ। জুই পৰা সাৱধান। ব্যৱসায়ত উন্নতি। শুভ ৰং কমলা। শুভ সংখ্যা ১।

মীন: যান-বাহনৰ পৰা সাৱধান। ধৈৰ্য্যৰ প্ৰয়োজন। কৰ্মত পদোন্নতি। শিৱ মন্দিৰ দৰ্শন কৰক। নিৰামিষ আহাৰ গ্ৰহণ কৰক। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।

Exit mobile version