Milk prices will rise again in Guwahati: মহানগৰীত পুনৰ বৃদ্ধি পাব গাখীৰৰ দাম

milk

Milk prices will rise again in Guwahati:

➡️মহানগৰীত পুনৰ বৃদ্ধি পাব গাখীৰৰ দাম ৷

➡️প্ৰতি লিটাৰ গাখীৰত ৩ টকাকৈ বৃদ্ধি পাব ১ ছেপ্টেম্বৰৰ পৰা ৷

➡️সেই অনুসৰি প্ৰতিলিটাৰ গাখীৰৰ পাইকাৰী দাম হ’ব ৬৪.৪০টকা ৷

➡️প্ৰতিলিটাৰ গাখীৰৰ খুচুৰা দাম হ’ব ৬৭ টকা ৷

➡️দাম বৃদ্ধিৰ কথা সদৰি কৰিলে বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাৰ ৷

Exit mobile version