Paba Reserved Forest is recognized as a sanctuary by the Government of Assam:লখিমপুৰৰ পবা সংৰক্ষিত বনাঞ্চলখনক অভয়াৰণ্য হিচাপে স্বীকৃতি অসম চৰকাৰৰ

বিধানসভাত ঘোষণা কৰিলে বনমন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে

lakhimpur 1

Paba Reserved Forest is recognized as a sanctuary by the Government of Assam:

পবা সংৰক্ষিত বনাঞ্চলখনক বন্যপ্রাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিলে অসম চৰকাৰে ৷ এই কথা শুকুৰবাৰে অসম বিধানসভাত সদৰি কৰে বনমন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে

উল্লেখ্য যে লখিমপুৰ জিলাৰ অৰুণাচল সীমান্তস্থিত পবা সংৰক্ষিত বনাঞ্চল খনত আছে বনৰীয়া ম’হ সহ বহু আপুৰুগীয়া বন্যজন্ত ৷ পবা বনাঞ্চলক বন্যপ্রাণী অভয়াৰণ্য ঘোষনাৰ দাবী সদনত উত্থাপন কৰিছিল জোনাইৰ বিধায়ক ভূৱন পেগুৱে

Exit mobile version