Nishamani Bora enters India Book of Records:
অৱশেষত আৰু এটা ভাল খবৰৰে নিশামনি বৰাই ধনশিৰিবাসীক গৌৰৱান্বিত কৰিলে । ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হল নগাজুৰীৰ জীয়ৰী নিশামনি বৰা।
ADVERTISEMENT
উইণ্ড ছাৰ্ফিং টুৰ্নামন্টত সৰ্বাধিক সংখ্যক পদক বিজয়ী মহিলা হিচাপে অভিলেখ গঢ়াৰ বাবে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে।