Executive Engineer of Irrigation arrested for taking bribe:উৎকোচ লৈ হাত দাঙিলে জলসিঞ্চনৰ কাৰ্যবাহী অভিযন্তা

nalbari bribe

Executive Engineer of Irrigation arrested for taking bribe:

➡️উৎকোচ লৈ হাত দাঙিলে জলসিঞ্চনৰ কাৰ্যবাহী অভিযন্তা ৷

➡️উৎকোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া ৷

➡️ঘোচ লওঁতেই হাতে- লোটে গ্ৰেপ্তাৰ নলবাৰী জলসিঞ্চনৰ কাৰ্যাবাহী অভিযন্তা সীমান্ত লহকৰ ৷

➡️নলবাৰীৰৰ ভাড়াঘৰত এজন ঠিকাদাৰৰ পৰা উৎকোচ লৈছিল ১ লাখ টকা ৷

➡️উল্লিখিত ধনৰাশি লওঁতেই দুৰ্নীতি নিবাৰকে হাতে- লোটে গ্ৰেপ্তাৰ কৰে ঘোচখোৰ অভিযন্তা জনক ৷

➡️অধিক জেৰাৰ বাবে গুৱাহাটীস্থ দুৰ্নীতি নিবাৰকৰ কাৰ্যালয়লৈ অনা হৈছে ধৃত লহকৰক ৷

Exit mobile version