Sonitpur Judge Ranju Medhi Suspended:শোণিতপুৰৰ ন্যায়াধীশ ৰঞ্জু মেধিক নিলম্বন

tezpur judge

Sonitpur Judge Ranju Medhi Suspended:

➡️শোণিতপুৰৰ ন্যায়াধীশ ৰঞ্জু মেধিক নিলম্বন ৷

➡️গুৱাহাটী উচ্চ ন্যায়ালয়ে নিলম্বন কৰে ন্যায়াধীশ মেধিক৷

➡️জিলা খনৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ আছিল মেধি ৷

➡️Pocso আদালতৰ ন্যায়াধীশ ৰূপে কৰ্মৰত আছিল ন্যায়াধীশ মেধি।

➡️Pocso আদালতৰ গোচৰ সংক্ৰান্তীয় এটা গোচৰৰ মৰ্মে ন্যায়াধীশ মেধিৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছিল উচ্চ ন্যায়ালয়ে ৷

➡️উল্লিখিত গোচৰৰ তদন্ত কৰিবলৈ ৩০ আগষ্টত তেজপুৰলৈ আহিছিল উচ্চ ন্যায়ালয়ৰ যুটীয়া পঞ্জীয়কৰ নেতৃত্বাধীন ভিজিলেঞ্চ দলে ৷

Exit mobile version