Chit fund raid against Darang police:চিট ফাণ্ডৰ বিৰুদ্ধে দৰং আৰক্ষীৰ তীব্ৰতৰ অভিযান

mangaldoi

Chit fund raid against Darang Police:

➡️চিট ফাণ্ডৰ বিৰুদ্ধে দৰং আৰক্ষীৰ তীব্ৰতৰ অভিযান।

➡️দলগাঁও থানাৰ অন্তৰ্গত দৰং আৰক্ষীয়ে নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰে ৫ জনকৈ লোকক ।

➡️গ্ৰেপ্তাৰ কৰা লোক সকল ক্ৰমে আব্দুল আলম(বেছিমাৰী জংঘল), নজৰ আলি(নগাঁও), আমিৰ হামজা(দৈপাম), জহুৰ আলি(বৰুৱাঝাৰ), ৰকিবুল ছাদ্দিক(গণ্ডাপুখুৰীত )  ।

➡️আটকাধীন লোকসকল জড়িত আছিল উজ্জ্বল মিউচুৱেল বেনিফিট নিধি লিমিটেড,দৰং মাইক্ৰ মাল্টিপাৰপাচ কোপাৰেটিভ প্ৰাইভেট চচাইটি লিমিটেড’,জনকল্যান এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভলপমেন্ট চচাইটি, খলিফ নিধি লিমিটেড,ৰামধেনু চাঞ্চ চানচাইন ফিন চাৰ্ফ লিমিটেড।

➡️ইতিমধ্যে ৫ জনকে জেললৈ প্ৰেৰণ  ।

Exit mobile version