Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: এই ৰাশিৰ জাতক-জাতিকাৰ স্বাস্থ্য বৰ ভাল দেখা নাযায়। চাকৰিয়ালৰ মধ্যম। বিদ্যাত কষ্ট কৰিলে বিদ্যার্থীসকলে ভাল ফল পাব। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ২।

বৃষ: সমাজকল্যাণ মূলক সামাজিক কর্মত সুনাম বৃদ্ধি। বিদ্যাত ভাল ক’ব পৰা যায়। আর্থিকত বৰ ভাল দেখা যায়। শুভ ৰং বগা। শুভ সংখ্যা ৭।

মিথুন: আপোনাৰ পাৰিবাৰিক দায়িত্ব বৃদ্ধি। নিবনুৱাৰ সংস্থাপনৰ যোগ বিদ্যমান। প্রেমত শুভ। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ১।

কর্কট: ৰাজনীতিবিদ সকলৰ কাৰণে দিনটো সংকটপূর্ণ। চাকৰিয়ালৰ গতানুগতিক। ধনৰ লেন-দেনত সতর্ক থকা ভাল হ’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা ২।

সিংহ: মাতৃৰ অসুস্থতাৰ কাৰণে দিনটো বৰ ভাল নাযাব। বিদ্যার্থী সকলৰ বাবেই ভাল। ব্যৱসায়ীসকলে নতুন কামত হাত দিব পাৰিব। শুভ ৰং ক’লা, শুভ সংখ্যা ৭।

কন্যা: দিনটোত কোনো সংবাদে মন প্রফুল্ল কৰিব। প্ৰেমত মানসিক দ্বন্দ থাকিব। নিবনুৱাৰ কৰ্ম সংস্থাপন যোগ। শুভ ৰং বগা। শুভ সংখ্যা ৮।

তুলা: ব্যৱসায়ত কঠিন প্রতিযোগিতাৰ সমুখীন হ’ব আৰু এই ক্ষেত্রত আনক বিশ্বাস নকৰি নিজৰ বুদ্ধি আৰু কৌশল প্রয়োগ কৰক। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৬।

বৃশ্চিক: সাৱধানে কর্মাদিত মন দিয়ক। ব্যৱসায়ত ভাল। প্রেমত শুভ। সন্তানৰ প্ৰতি চকু ৰাখক। ঠিকাদাৰি ব্যৱসায়ত ভাল নহ’ব। বিদ্যার্থীসকলৰ বাবে দিনটো শুভ। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭।

ধনু: ধর্মীয় বিশ্বাস অটুট থাকিব। ঠিকাদাৰী ব্যৱসায়ত ভাল নহ’ব। বিদ্যার্থীসকলৰ বাবে দিনটো শুভ। শুভ ৰং গেৰুৱা। সংখ্যা ৭।

মকৰ : বিদেশ ভ্রমণত শুভ দেখা যায়। চাকৰিয়ালৰ মধ্যম। বিদ্যার্থীসকলে ভবা মতে ফল নাপাব। আইনৰ সমস্যাৰ সমাধান হ’ব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ১।

কুম্ভ: আপোনাৰ কন্যা সন্তানৰ বিবাহৰ যোগ। আর্থিকত ভাল যদিও শত্ৰুৰ পৰা ক্ষতি হোৱাৰ সম্ভাৱনা। প্ৰেমত মধ্যম। শুভ ৰং বগা। শুভ সংখ্যা ৮।

মীন: বিদ্যাত বাধাৰ মাজেৰে অগ্রগতি লাভ। দাম্পত্যত ভাল। কবি- সাহিত্যিক সকলৰ জনপ্রিয়তা বৃদ্ধি পাব। টকা-পইচা লেন-দেনত সাবধান। বিদ্যার্থী সকলৰ ভাল। প্ৰেমত মধ্যম। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।

Exit mobile version