Son kills mother in Kharupetia:খাৰুপেটীয়াত কলিৰ পৰশুৰাম !

kharupetia

Son kills mother in Kharupetia:

➡️পাষণ্ড পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ’ল জন্মদাত্ৰী মাতৃৰ।

➡️খাৰুপেটীয়াৰ টিলাপট্ৰিত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড।

➡️লোহাৰ ৰ’ডেৰে মৰিয়াই মৰিয়াই নিৰ্মমভাৱে হত্যা ৫০ ঊর্ধ্বৰ মাতৃ গৰাকীক।

➡️আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মাতৃহন্তা গণেশ দাসক।

Exit mobile version