CID Constable Saroj Deka dismissed from his job: চাকৰিৰ পৰা বৰ্খাস্ত চিআই ডিৰ লেন্সনায়ক

suraj

CID Constable Saroj Deka dismissed from his job:

➡️অবৈধ বিত্তীয় লেনদেনত জড়িত আৰক্ষীৰ ওপৰত ব্যৱস্থা গ্ৰহণ ডিজিপিৰ ৷

➡️চাকৰিৰ পৰা বৰ্খাস্ত চিআই ডিৰ লেন্সনায়ক ৷

➡️ট্ৰেডিঙত ধন লুন্ঠনৰ অভিযোগত শুকুৰবাৰে গ্ৰেপ্তাৰ হৈছিল চিআই ডিৰ লেন্সনায়ক সৰোজ ডেকা ৷

➡️সামাজিক মাধ্যমত সৰোজ ডেকাক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ঘোষণা ডিজিপি জি পি সিঙৰ ৷

Exit mobile version