Former Bokakhat MLA Jiten Gogoi is likely to join the AGP soon:অচিৰেই এজেপিত যোগদানৰ সম্ভাৱনা বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ

LURINJYOTI

Former Bokakhat MLA Jiten Gogoi is likely to join the AGP soon:

➡️শীৰ্ঘেই এজিপিত যোগদানৰ সম্ভাৱনা বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈ ৷

➡️সোমবাৰে বোকাখাতৰ বাসগৃহত এজিপিৰ নেতৃত্বৰে মিলিত হৈছিল জিতেন গগৈ।

➡️এই বৈঠকতে প্ৰাক্তন বিধায়ক গৰাকীয়ে এজেপিত যোগদানৰ বিষয়টোৱে অগ্ৰাধিকাৰ পায়।

➡️জীতেন গগৈৰে হোৱা বৈঠকত উপস্থিত আছিল এজেপিৰ মুৰব্বী লুৰীণজ্যোতি গগৈ আৰু সম্পাদক চিত্তৰঞ্জন বসুমতাৰী সহ আন কে’বাজনো নেতা ৷

Exit mobile version