NEMSU presents memorandum to President Of India:অসমৰ কেতবোৰ সমস্যাক লৈ নতুন দিল্লীত নেমছু

NEMSU presents memorandum to President Of India:

➡️অসমৰ কেতবোৰ সমস্যাক লৈ নতুন দিল্লীত উত্তৰ- পূবাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা(নেমছু)ৰ নেতৃবৰ্গ ৷

➡️বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান ৰাষ্ট্ৰপতিক ৷

➡️নেমচুৰ সজাতি দলটোত আছিল সভাপতি গোলাপ আব্বানী, উপ- সভাপতি ৰেকিবুদ্দিন আহমেদ ,সাধাৰণ সম্পাদক বাহাৰুল ইছলাম,বিটিআৰ আঞ্চলিক কমিটিৰ সভাপতি হাফিজুল ইছলাম সহ কে’বাজনো নেতা ৷

Exit mobile version